ইয়াৰ দ্বাৰা জনোৱা হয় যে বিশ্বনাথ মহাবিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতকোত্তৰ অসমীয়া বিষয়ৰ নিয়মীয়া পাঠ্যক্ৰমৰ ২০২৫-২৬ বৰ্ষৰ নামভৰ্ত্তিৰ প্ৰক্ৰিয়া চলি আছে৷ সেয়েহে, ইচ্ছুক ছাত্ৰ-ছাত্ৰীক ৯৪৩৫৬৪০৯০৪ অথবা ৯৭০৬৬২১২১৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ৷
১) প্ৰপত্ৰ সংগ্ৰহ আৰু জমা দিয়াৰ তাৰিখ ৬ আগষ্টৰ পৰা ১২ আগষ্ট ২০২৫
২) নামভৰ্ত্তিৰ তাৰিখ ৬ আগষ্টৰ পৰা ১২ আগষ্ট ২০২৫
(ড° চিন্তমণি শৰ্মা)
অধ্যক্ষ
বিশ্বনাথ মহাবিদ্যালয়